মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

স্বাস্থ্য আৰু স্বচ্ছতা

সজাগতা অভিজান

স্বচ্ছতা অভিযান

বিভিন্ন স্থানত এতিয়ালৈ গুৱাহাটী পৌৰ নিগমে অনু্মাণিক মূঠ ৬৫টা স্বচ্ছতা অভিযান কাৰ্য্যকৰি কৰিছে।

স্বচ্ছ ভাৰত চি.এছ.আৰ. ওৱেব পৰ্টেল

স্বচ্ছ ভাৰত চি.এছ.আৰ. ওৱেব পৰ্টেলৰ ওৱেবচাইটতগুৱাহাটী পৌৰ নিগমক পঞ্জীভূক্ত কৰা হৈছে। ওৱেবচাইটট আপলোড কৰাৰ উদ্দেশ্যৰে মঞ্জুৰী লাভ কৰিবলৈ দুটা প্ৰস্তাৱ প্ৰক্ৰিয়াৰত।

ৰাজহুৱা সচেতনতা আৰু আই.ই.চি. কাৰ্য্যক্ৰম

গুৱাহাটীৰ বিভিন্ন স্থানত স্বচ্ছ ভাৰত আৰু স্বচ্ছ সৰ্বেক্ষণ ২০১৭ৰ বেনাৰ আৰি দিয়া হৈছে।সৰ্বমূঠ ১৬খনকৈ বেনাৰ মহানগৰী চাৰিওফালে আৰি দিয়া হৈছে। ৰেল ষ্টেচন, বাছ আস্থান আৰু ও.ডি. স্পৰ্টচ ইত্যাদিৰ দৰে চকুত পৰা স্থান সমূহত “আছলি তৰক্কি আৰু স্বচ্ছ ভাৰত মিছন”ৰ অধিকতৰ বেনাৰ স্থাপন কৰা হৈছে। ৰোড শ্ব, মাৰাথান আৰু শপত গ্ৰহন অনু্ষ্ঠানবোৰো মহানগৰীৰ চাৰিওফালে নাগৰিকৰ সাধাৰণ সজাগতাৰ বাবে আয়োজন কৰা হৈছে।