ঘৰুৱা আৰু শৌচাগাৰৰ বৰ্জ্য সংগ্ৰহ কৰিবলৈ গুৱাহাটী মহানগৰীত পাচঁখন মলকুণ্ড বাহন আছে। সকলো গৃহস্থিৰে ব্যক্তিগত চেপ্তিক টেংক আছে যি শৌচাগৰৰ বৰ্জ্য সংগ্ৰহ কৰে আৰু অবাট স্থিতিত কাৰ্য্য কৰে। নাগৰিকৰ প্ৰয়োজন অনুসৰি চেপ্তিক টেংক খালি কৰিবলৈ জি.এম.চি.এ আগতিয়া ধন জমা দিয়াএকমলকুণ্ড সেৱা পৰিচালনা কৰে।
বুকিং আৰু ধন জমা দিয়াৰ বাবেঅনলাইনব্যৱস্থাৰ ইতিমধ্যে পৰিচয় কৰোৱা হৈছে। নাগৰীক সকলে এই সেৱা বুক কৰিব পাৰে আৰু টেংকি পৰিস্কাৰ কৰাৰ তাৰিখ সংগ্ৰহ কৰিব পাৰে।
জি.এম.চি.ৰ ভিন্ন ক্ষমতাসম্পন্ন আঠ খন মলকুণ্ড বাহন আছে। সংগ্ৰহিত তৰল বৰ্জ্য সমূহ পশ্চিম বৰাগাঁৱলৈ নিয়া হয় যত এইবোৰ জমা কৰিবলৈ আৰু যতন কৰিবলৈ কোঠালিৰ ব্যৱস্থা আছে।
মলকুণ্ড সেৱা বুক কৰিবলৈঃ যোগাযোগ কৰক ৮৮১১০০৭০০০ নম্বৰত
শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যকৰী অভিযন্তা, ভাৰপ্ৰাপ্ত গেৰেজ শাখা
গুৱাহাটী পৌৰ নিগম
মৰাশালী, উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত, গুৱাহাটী-০৭
ফোন নং: +৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com