ঘৰৰ পৰা কঠিন আৱৰ্জনাৰ প্ৰাথমিক সংগ্ৰহ ৩১ টা ৱাৰ্ডত নিম্নলিখিত বে- চৰকাৰী সংগঠনৰ মাধ্যমেৰে কৰা হয়। কোনো প্ৰশ্ন বা অভিযোগৰ কাৰণে হেল্প লাইন নম্বৰ হৈছেঃ +৯১৮৮১১০-০৭০০০
জনসাধাৰণে কিবা অভিযোগ থাকিলে guwahaticom@gmail.com লৈ ই-মেইলো প্ৰেৰণ কৰিব পাৰে। অভিযোগৰ প্ৰক্ৰিয়াকৰণৰ পাছত সংশ্লিষ্ট জনসাধাৰণলৈ অভিযোগৰ ফলাফল বা প্ৰতিক্ৰিয়া প্ৰদান কৰা হয়।
| ক্ৰমাংক | ৱাৰ্ড নং | বে- চৰকাৰী সংগঠনৰ নাম | যোগাযোগকাৰী | যোগাযোগৰ নম্বৰ | বিকল্প নম্বৰ |
|---|---|---|---|---|---|
| ১ | ১ | উদয়ন সমাজ কল্যাণ | মহম্মদ আকবৰ হুছেইন | ৯৯৫৭০৪৭৮৬৭ | ৯৭০৭৬৬৩০৫২ |
| ২ | ২ | যুৱ প্ৰেৰণা বে- চৰকাৰী সংগঠন | পল্লৱ মেধি/ পুলক তামুলী | ৯৮৬৪৪৩৮৯২১ | ৯৮৬৪১৫০৫১৬ |
| ৩ | ৩ | নৱ প্ৰগতি উন্নয়ন সমাজ | অপূৰ্ব কুমাৰ | ৯৭০৬৭৮৮৭৪০৯ | ৯৬১৩৫৩০০৯৭ |
| ৪ | ৪ | শ্যামকানু সামাজিক কল্যাণকামী অনুষ্ঠান | ৰাজীৱ বৰা | ৯৮৬৪৯১৩১৫৬ | ৯৭০৬৬৩৫০৮৭ |
| ৫ | ৫ | পূবেৰুণ সমাজ কল্যাণ | কণক দাস | ৯৮৫৯৪৮৩৩৭৩ | ৯৯৫৭২১৯৯৮২ |
| ৬ | ৬ | শিৱাংগ বে- চৰকাৰী সংগঠন | ধ্ৰুৱজিত কলিতা | ৮৮১১০৮৯২১৬ | ৭৬৭০০০৫০৪৫ |
| ৭ | ৭ | উদয়ন সমাজ কল্যাণ | মহম্মদ আকবৰ হুছেইন | ৯৯৫৭০৪৭৮৬৭ | ৯৭০৭৬৬৩০৫২ |
| ৮ | ৮ | নৱদ্বীপ সমাজ কল্যাণ সমাজ | মণ্টু কুমাৰ দাস | ৯৯৫৪২৩৩০৭২ | ৯৮৫৯৪২৬০১২ |
| ৯ | ৯ | আকাশী বে- চৰকাৰী সংগঠন | মীনাক্ষী দাস/ ৰূপক দাস | ৯৫৭৭৭৩৫১৫৬ | ৯৮৫৪১৬৮৩১৩ |
| ১০ | ১০ | জীৱন সাৰথি কল্যাণ সমাজ | মৃণাল চক্ৰৱৰ্তী | ৯৮৬৪০২২৩৩৭ | ৯৮৬৪৮০৫৩৮৪ |
| ১১ | ১১ | শুভকংশ | বাহাৰুল আলি | ৯৮৬৪৫৩৫৯৭৯ | ৯৮৫৯১৯৩১৪৬ |
| ১২ | ১২ | বহ্নিশিখা | হীৰণ মণি ফুকন | ৯৮৬৪২০৮৩৮৯ | ৮৮২২২১৯০৯৮ |
| ১৩ | ১৩ | নবৰূপ বে- চৰকাৰী সংগঠন | খাইৰুল হক | ৯৭০৬৯১৬০৪৫ | ৯৭০৬১৮৩৪৪৬ |
| ১৪ | ১৪ | সূৰজ | তগৰ শৰ্মা | ৯৮৫৯২০৯৫২৯ | ৯৮৫৪৫৩০৩৯৭ |
| ১৫ | ১৫ | অস্ত্বিত্ব | দিলীপ দাস/ চৈফ | ৮৪৭৪০৭৭৮৮৫ | ৯৮৬৪১৫০৬১৬ |
| ১৬ | ১৬ | বন্দী | বিশ্ব কুমাৰ ঘোষ | ৯৪৩৫১১৮০৪৬ | ৮৪৮৬৭২৩৩৮০ |
| ১৭ | ১৭ | নতুন চিৰসেউজ বে- চৰকাৰী সংগঠন | বিপুল হালৈ | ৯৮৬৪৬২৩৭৪৪ | ৯৭০৬১৩৮১১৮ |
| ১৮ | ১৮ | প্ৰগতি সংঘ | ববিতা বৰা ডেকা | ৯৮৬৪২৩৮৮২০ | ৯৮৫৯৫৪৮৫১০ |
| ১৯ | ১৯ | সুপ্ৰভাত কল্যাণ সমাজ | মনচুৰ আলি আহমেদ | ৯৮৬৪০৮৩১৭৭ | ৯৭০৬৮৪১৬৩৭ |
| ২০ | ২০ | গীতাঞ্জলী | জয়ন্ত বড়ো | ৯৮৬৪৩২২৭৯৮ | ৯৮৬৪৯৬৬৮১১ |
| ২১ | ২১ | মা কামাখ্যা | দিলীপ বৰ্মন | ৯৮৬৪১৭৭২১১ | ৮৮২২১৭৭২১১ |
| ২২ | ২২ | প্ৰাগজ্যোতিষ সমাজ কল্যাণ সমাজ | তনু ৰাম ডেকা | ৮৮২২৬৮১৯৭৬ | ৯৯৫৭৫২৩১০৪ |
| ২৩ | ২৩ | সমন্নয় গোষ্ঠী | পংকী মহন্ত বৈশ্য | ৯৪৩৫১১১৩৩৬ | ৯০৮৫০২১৩৪১ |
| ২৪ | ২৪ | অমৰ প্ৰয়াস | দীন নাথ পাটোৱাৰী | ৯৯৫৭৪৬৮২৬২ | ৭৬৭০০০৮২৬২ |
| ২৫ | ২৫ | উত্তৰণ সমাজ কল্যাণ সমাজ | শৈলেন কুমাৰ দাস | ৯৪৩৫০৪৫৪৮৬ | ৯৮৫৯৯৬৪০৪৩ |
| ২৬ | ২৬ | উত্তৰণ সমাজ কল্যাণ সমাজ | শৈলেন কুমাৰ দাস | ৯৪৩৫০৪৫৪৮৬ | ৯৮৫৯৯৬৪০৪৩ |
| ২৭ | ২৭ | ভাৰতী যুৱ শক্তি বে- চৰকাৰী সংগঠন | নৰেন দাস | ৯৮৬৪০৩০৯০৪ | ৯০৮৫৭৫৮২১২ |
| ২৮ | ২৮ | এনাজৰী | দিগন্ত কলিতা | ৯৮৬৪০৪৯০৭৩ | ৯৮৫৪৩৭৪৬৯৯ |
| ২৯ | ২৯ | অৰিয়ন সমাজ | কৃষ্ণ বৰা | ৯৮৬৪৯১১৯৪৯ | ৯৮৫৯৫৪৪৯২৪ |
| ৩০ | ৩০ | প্ৰাগজ্যোতিষ সমাজ কল্যাণ সমাজ | তনু ৰাম ডেকা | ৮৮২২৬৮১৯৭৬ | ৯৯৫৭৫২৩১০৪ |
| ৩১ | ৩১ | লোক কল্যাণ সামাজিক সংস্থা | লাৱণ্য কুমাৰ দাস | ৯৪৩৫৫৫২২৪০ | ৯৮৫৯০৭৪২৯২ |