I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

ৰাজহৰ উৎস

  • সম্পত্তিৰ কৰ(খালী ভূমি নগৰীয়া কৰ আৰু ধাৰণ কৰ অন্তৰ্ভূক্ত)
  • সন্মাৰ্জক কৰ
  • ৰাস্তাৰ আলোকৰ কৰ
  • ব্যৱসায় অনুজ্ঞাৰ কৰ
  • পাৰ্কিং কৰ
  • পশু কৰ
  • ভৱন ধ্বংসকৰণৰ মাচুল
  • পৌৰ বিপণনৰ ভাড়া
  • হোৰ্ডিং আৰু বিজ্ঞাপনৰ কৰ
  • কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ব্যৱহাৰকাৰী কৰ
  • পানীৰ সংযোগ, যোগান আৰু তত্বাৱধানৰ কৰ
  • নামজাৰিৰ মাচুল
  • জৰিমনা আৰু দণ্ড