I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

গুৱাহাটী পৌৰ নিগমৰ পাৰ্কিং এলেকা

পাৰ্কিঙৰ মাচুল

পাৰ্কিং ঘণ্টাদুচকীয়া বাহনগাড়ী/ভ্যেন(৩ আৰু ৪ চকীয়া বাহন)ট্ৰাক
প্ৰথম দুঘণ্টাৰ কাৰণে৫ টকা১০ টকা২০ টকা
প্ৰতি পৰৱৰ্তী ঘণ্টাৰ কাৰণে(প্ৰথম দুঘণ্টাৰ পাছত)৫ টকা১০ টকা২০ টকা

গুৱাহাটী পৌৰ নিগমৰ পাৰ্কিং এলেকা

পাৰ্কিং স্থানৰ
ক্ৰমাংক
ৰাস্তাৰ নামপাৰ্কিং এলেকাঅনুমানিক দূৰত্বধাৰ্য্যকৃত মূল্য
২০১৭-১৮
ডি.জি. পথশুভ লক্ষ্মী(মালিগাওঁ চাৰিআলি) লক্ষ্মী সদনৰ পৰা (উত্তৰ দিশত)- সমান্তৰাল পাৰ্কিং৯০০ মি৪৬,০০০ টকা
পামহী পথগড়চুকৰ পৰা সেতুলৈ(দুয়ো পাৰে)- সমান্তৰাল পাৰ্কিং২৫০ মি১,৯৪,৯০২ টকা
বি.কে.কাকতি পথজনতা ইলেক্ট্ৰিকেল(উলুবাৰী উৰণীয়া সেতুৰ ওচৰত)ৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ এ,টি.এম.(এছ.বি.আই. ৰ পাৰে) কাছাৰী বস্তি পইণ্ট- কোণীয়া পাৰ্কিং১০৫ মি১,৪৩,৭০৫ টকা
ডি.জি.পথশুভ লক্ষ্মী(মালিগাওঁ চাৰিআলি)ৰ পৰা গেট নং-০১(দক্ষিণ দিশত)- সমান্তৰাল পাৰ্কিং৪৫০ মি৬৯,০০০ টকা
কটন কলেজিয়েট বিদ্যালয় পথএম.জি.পথ জংচনৰ পৰা চি.টি.ও. পইণ্টসৈ(পশ্চিম দিশত পাৰ্কিং)- কোণীয়া পাৰ্কিং১৩৬ মি২,৪১,৫০০ টকা
এইচ.বি. পথকটন কলেজিয়েট বিদ্যালয় পথ জংচন(বি.এচ.এন.এল. কাৰ্য্যালয়ৰ বিপৰীতে) ৰ পৰা পানবজাৰ পুলিচ পইণ্টলৈপইণ্টসৈ(পশ্চিম দিশত পাৰ্কিং)- কোণীয়া পাৰ্কিং৭২ মি৯২,০০০ টকা
ড. জে.চি. দাস পথএম.জি.পথ জংচনৰ পৰা এইচ.বি. পথ জংচনলৈ(এটা দিশত)- সমান্তৰাল পাৰ্কিং১৮০ মি৩,৬৮,০০০ টকা
এ.আৰ.বি. পথআয়ুক্তৰ পইণ্টৰ পৰা ডনবস্কো বিদ্যালয়লৈ(এক দিশত)- কোণীয়া পাৰ্কিং২৫৫ মি২,৩০,০০০ টকা
জি.এচ. ৰোডদিহাং আৰকেডৰ পৰা অৰিয়ন পেলেচলৈ(পূব দিশত)- সমান্তৰাল পাৰ্কিং২৫০ মি৩,৯২,৫০১ টকা
১০জি.এন.বি. পথপেৰেডাইজ হোটেলৰ পৰা গুৱাহাটী সাধু ঘৰলৈ(দক্ষিণ দিশত)- সমান্তৰাল পাৰ্কিং৮৪ মি১২,৬৫০ টকা
১১এ.টি. পথকৰ্নেল জে. আলি পথৰ জংচন(পুলিচ ৰিজাৰ্ভ প্ৰৱেশদ্বাৰৰ ওচৰত)ৰ পৰা বিশ্বৰত্ন হোটেললৈ(পুলিচ ৰিজাৰ্ভৰ দিশে)- সমান্তৰাল পাৰ্কিং২১০ মি৪,২৮,৯৫০ টকা
১২জি.এছ.পথপেপে জিন্সৰ পৰা নিউজ লাইভলৈ(পশ্চিম দিশত)- কোণীয়া পাৰ্কিং১৫০ মি৭৭,০৫০ টকা
১৩জি.এছ.পথপ্ৰগতি মেনৰৰ পৰা উইল্চ লাইফ ষ্টাইললৈ(পশ্চিম দিশত)- সমান্তৰাল পাৰ্কিং১৪০ মি১,৫৫,৮২৫ টকা
১৪জি.এছ.পথগুৱাহাটী চেনিটেৰিৰ পৰা চিলভাৰ স্কোৱাৰ(পশ্চিম দিশত)- সমান্তৰাল পাৰ্কিং১৬০ মি৫২,৩২৫ টকা
১৫জি.এছ.পথশ্ৰী মংগলা(সন্তোষ ষ্টোৰ)ৰ পৰা ডনা প্লেনেটলৈ(পশ্চিম দিশত)- সমান্তৰাল পাৰ্কিং২৭৫ মি২,৫৯,৯০০ টকা
১৬জি.এছ.পথপেনাচনিক(শ্ৰী নগৰৰ ওচৰত) ৰ পৰা মাৰ্বল প্লাজা(হানু বড়ো পইণ্ট)(পূব দিশত)- সমান্তৰাল পাৰ্কিং২৩৫ মি৯,২০,০০০ টকা
১৭দিছপুৰ চুপাৰ মাৰ্কেটগুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যালয় সংমণ্ডল- ৫, তলত ২,০১,২৫০ টকা
১৮এইচ.বি. পথপানবজাৰ পুলিচ পইণ্টৰ পৰা চিটি ফাৰ্মাচীলৈ(উত্তৰ দিশেত)- কোণীয়া পাৰ্কিং১৫০ মি১,৩৬,৮৫০ টকা
১৯জি.এছ.পথপেণ্টালুণ্চৰ প্ৰৱেশদ্বাৰৰ পৰা ইউকো বেংকলৈ(চিটি বাছ ষ্টপক বাদ দি)(পূব দিশত)- সমান্তৰাল পাৰ্কিং৮০ মি৪,০২,৫০০ টকা
20এ.টি. পথগেট নং. ৬ ৰ পৰা গেট নং. ৮ লা(কে.আৰ.বি. পথ(দক্ষিণ পাৰে)- সমান্তৰাল পাৰ্কিং২৮৮ মি৪০,৩৬৭ টকা
২১ডি.জি.পথস্কলাৰ্চৰ বিপৰীতে হাবৰ পৰা দূৰ্গাসৰোবৰ পইণ্টলৈ(দক্ষিণ পাৰে)- সমান্তৰাল পাৰ্কিং২১০ মি২৩,৬৯২ টকা
২২এইচ.বি. পথবাপ্টিছ চাৰ্চৰ পৰা ড. জে.চি. দাস পথ জংচনলৈ(বাপ্টিছ চাৰ্চৰ দিশে)- কোণীয়া পাৰ্কিং১২০ মি৫,১৭,৫০০ টকা
২৩এ.কে. আজাদ পথবন সংৰক্ষকৰ কাৰ্য্যালয়ৰ ওচৰৰ পৰা ৰিহাবাৰী নামঘৰ(এক দিশত)- কোণীয়া পাৰ্কিং২৫০ মি১,০৫,৫৫৩ টকা
২৪জি.এছ. পথটাইমছ অফ ইণ্ডিয়া কাৰ্য্যালয়ৰ পৰা চহৰীয়া পাথ লেবলৈ(দুয়ো পাৰে)- সমান্তৰাল পাৰ্কিং৬০ মি৭৯,৩১৫ টকা
২৫পাণ্ডু ঘাট পথ(বৰা বজাৰ)শংকৰ জুয়েলাৰীৰ পৰা পাণ্ডু কলেজলৈ(দুয়ো পাৰে)- সমান্তৰাল পাৰ্কিং৪৫৫ মি১৮,৬৩২ টকা
২৬আৰ.পি. পথইন-ফেশ্বনৰ পৰা লাইফ লাইন মেডিকোজলৈ- সমান্তৰাল পাৰ্কিং৯৫ মি৫,৯২,২৫০ টকা
২৭দনিশ পথকেন্দ্ৰীয় পুলিচ চিকিত্সালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা এছ.এছ. পথ জংচনলৈ- সমান্তৰাল পাৰ্কিং১৮০ মি১,২০,৭৫০ টকা
২৮বেলতলা বশিষ্ঠ পথচেন্ট্ৰেল নাৰ্চিং হোম(চাৰ্ভে)ৰ পৰা বেলতলা তিনিআলিলৈ(দুয়ো পাৰে)- সমান্তৰাল পাৰ্কিং৪৩০ মি৬৪,৫১৭ টকা
২৯জি.এছ. পথকনকলতা পথৰ পৰা নন্দি ৰাভা পথলৈ(পূব দিশত)- সমান্তৰাল পাৰ্কিং১৪৫ মি৮৬২৫ টকা
৩০এক্সপ্ৰেছ হাইৱেইউনিয়ন বেংকৰ পৰা আই.ডি.বি.আই. বেংকলৈ (পূব দিশত)- সমান্তৰাল পাৰ্কিং৮৭ মি৪৬,৫৭৫ টকা
৩১হেঙেৰাবাৰী পথএন.চি.ডি. কলেজৰ পৰা স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যলয়লৈ(পদপথৰ লগত একফালে)- সমান্তৰাল পাৰ্কিং১৫৫ মি৩৫,৬৫০ টকা
৩২জছৱন্ত পথএম.জি. পথ জংচনৰ পৰা স্বৰসতী পথ জংচনলৈ(এফালে)- সমান্তৰাল পাৰ্কিং১৮৬ মি৪০,২৫০ টকা
৩৩জি.এছ. পথপ্ৰাইম বেক স্পিচিয়েলৰ পৰা সংগম স্টীল হাৰ্ডৱেৰলৈ(হানু বড়ো পইণ্টৰ ওচৰত)(পশ্চিম দিশে)- সমান্তৰাল পাৰ্কিং৮০ মি১১,৯৬৫ টকা
৩৪বেতকুচীবেতকুচী পাইকাৰী মাছৰ বিপণন(দুয়োপাৰে)৪০০ মি২,১৯,৭৬৯ টকা
৩৫জি.এছ. পথদিছপুৰৰ দিশত ছয়মাইল উৰণীয়া সেতুৰ লেণ্ডিং(কামৰূপ অটো ইলেক্ট্ৰিক হাউছ)ৰ পৰা কনকলতা পথৰ বিপৰীত পইণ্টলৈ(পশ্চিম দিশে)- সমান্তৰাল পাৰ্কিং১৮০ মি৬৩,৮২৫ টকা
৩৬এছ.জে.পথভিজন হস্পিতালৰ পৰা শিৱ মন্দিৰ(এফালে) আবৰ্তনত- সমান্তৰাল পাৰ্কিং৭৮ মি১১,৫০০ টকা
৩৭জি.এন.বি.পথঅভিশেষ মটৰছৰ পৰা আৰ্চিচ গেলেৰীলৈ(দক্ষিণ ফালে)- সমান্তৰাল পাৰ্কিং৮৪ মি৪৬০০
৩৮জি.এছ. পথদূৰ্গাৰাম দাস কমপ্লেক্স(হাইটেক মটৰছ)ৰ পৰা অজয় হোটেললৈ(পশ্চিম ফালে)- সমান্তৰাল পাৰ্কিং৮০ মি১৩,২২৭
৩৯জি.এছ. পথকৃষি ভৱনৰ পৰা আশা বৰাৰ ন্যাসৰ বিপৰীত পইণ্টলৈ(পশ্চিম ফালে)- সমান্তৰাল পাৰ্কিং৬৩০ মি৬২,১০০
৪০ৰাধা গোবিন্দ বৰুৱা পথদৈনিক জনমভূমিৰ পৰা শ্ৰীনগৰ পথ জংচনলৈ(দুয়ো পাৰে)- সমান্তৰাল পাৰ্কিং৭৫০ মি২৯,৯০০
৪১বি.বৰুৱা পথএছ.বি.আই. বেংক এ.টি.এম.ৰ পৰা দাস ফটোষ্টেটলৈ(দক্ষিণ পাৰে)২৯৬ মি১৫,৫২৫
৪২জি.এন.বি.পথঅসম গণ পৰিষদৰ কাৰ্য্যলয়ৰ পৰা প্ৰেছ ক্লাৱলৈ(দক্ষিণ পাৰে)১৬০ মি৬৩৮৯
৪৩জি.এছ. পথভাত ঘৰৰ পৰা আসাম ভেলীলৈ(দক্ষিণ পাৰে)৪২ মি১০,৪৬৫
৪৪বেলতলা বৈশিষ্ঠ পথবেলতলা বৈশিষ্ঠ পথ(শংকৰদেৱ নেত্ৰালয়ৰ বিপৰীত পইণ্টৰ পৰা এ.জি. কাৰ্য্যালয় জংচনলৈ(পূব ফালে) আৰু পুৰণা নেত্ৰালয়া পইণ্টৰ পৰা কেচ কণ্ট্ৰাক্সনলৈ(পশ্চিম ফালে)- কোণীয়া পাৰ্কিং৩৫০ মি১৮,৪১২
৪৫জি.এন.বি.পথআৰ.এছ. ট্ৰেডিং(ৰোহিনী এপাৰ্টমেণ্ট)ৰ পৰা পেৰেডাইজ হোটেললৈ(দক্ষিণ ফালে)- সমান্তৰাল পাৰ্কিং২১০ মি৫৭৫০
৪৬ৰাধা গোবিন্দ বৰুৱা পথভৰলুপুলৰ পৰা ৰাজ্যিক চিৰিয়াখানালৈ(শ্ৰদ্ধাঞ্জলী কাননৰ পাৰে)- কোণীয়া পাৰ্কিং৮১ মি৮২,৭৩৩
৪৭মণিপুৰ পূব পথকিৰণশ্ৰী হোটোলৰ পৰা কালিমন্দৰ(কে.চি. সেন পথ তিনিআলি) লৈ১৭০৯০,০০০
৪৮জি.এছ. পথখানাপাৰা পশু চিকিত্সা মহাবিদ্যালয়ৰ পৰা অসম লোক সেৱা আয়োগৰ কাৰ্য্যালয়লৈ২০০ মি৭০,০০০
৪৯ভি.আই.পি. ৰোড(পাঞ্জাবাৰী পথ)প্ৰতীক্ষা হস্পিতালৰ পৰা আৰম্ভ হৈ জোনাকী পথ(এক্সপ্ৰেছ কাৰ ৱাছ চেণ্টাৰৰ সন্মুখ)লৈ- দুয়ো পাৰে২০০ মি১,০৩,৪৯০