বিভিন্ন পৌৰ নিগম বজাৰৰ নাম আৰু ঠিকনা
- ফাচী বজাৰ
- নিউ মাৰকেট, এম.এছ. পথ, গেট নং-৪, পূৰণা জেইলৰ সমীপত
- উজান বজাৰ
- চান্দমাৰী উৰণীয়া সেতু বজাৰ
- পল্টন বজাৰ
- গণেশগুৰী বজাৰ
- বেটকুছিৰ পাইকাৰী মাছৰ বজাৰ
- ফটাশিল বজাৰ
- দিছপুৰ চুপাৰ মাৰ্কেট
- চান্দমাৰী কলনী বজাৰ
- উলুবাৰী বজাৰ
- শান্তিপূৰ আৰু ভোতনাথস্থিত বাহৰ বজাৰ
বিপণী আবন্টন
উপলব্ধতা অনুসৰি নিবিদা ভিত্তত আবণ্টন কৰা হয়।
বিপণী ভাৰাৰ পৰিমাণ
- ফাচী বজাৰৰ কোঠা/বিপণী
ভূমী মহলাঃ প্ৰতি বৰ্গমিটাৰত ১০টকা
প্ৰথম মহলাঃ প্ৰতি বৰ্গমিটাৰত ৫টকা
মধ্যৱৰ্তী মহলাঃ প্ৰতি বৰ্গমিটাৰত ৭টকা - নিউ মাৰকেট, এম.এছ. পথ, গেট নং-৪, পূৰণা জেইলৰ সমীপতঃ প্ৰতি বৰ্গমিটাৰত ৩টকা
- উজান বজাৰঃ প্ৰতি বৰ্গমিটাৰত ৩.৫০টকা
- চান্দমাৰী উৰণীয়া সেতু বজাৰঃ প্ৰতি বৰ্গমিটাৰত ৪টকা
- পল্টন বজাৰঃ প্ৰতি বৰ্গমিটাৰত ৪টকা
- গণেশগুৰী বজাৰঃ মাহিলী ২৬০টকা/মাহিলী, ৩১৫টকা/, মাহিলী ৪৮০টকা
- বেটকুছিৰ পাইকাৰী মাছৰ বজাৰঃ মাহিলী ১০০০ টকা
- ফটাশিল বজাৰঃ প্ৰতি বৰ্গমিটাৰত ৩.৫০টকা
- দিছপুৰ চুপাৰ মাৰ্কেটঃ প্ৰতি বৰ্গমিটাৰত ৩.৫০টকা
- চান্দমাৰী কলনী বজাৰঃ প্ৰতি বৰ্গমিটাৰত ২টকা
- উলুবাৰী বজাৰঃ প্ৰতি বৰ্গমিটাৰত ৩টকা
- শান্তিপূৰ আৰু ভোতনাথস্থিত বাহৰ বজাৰ
শান্তিপূৰ- মাহিলী ২০০০টকা
ভুতনাথ- মাহিলী ১২৫০টকা
বীমা
সংশ্লিষ্ট গোষ্ঠীয়ে ব্যক্তিগত ভাৱে বিমা ৰাখাটো উচিত।
লিজত দিয়া বজাৰসমূহৰ তালিকা
- সপ্তাহত দুদিনীয়া বেলতলা বজাৰ
- উজান বজাৰ
- কাছাৰীঘাট বজাৰ
- দিছপূৰ চুপাৰ মাৰ্কেট
- ফটাশিল বজাৰ
- ছাগলী বজাৰ, ভূতনাথ (ভৰলুমূখ)
কাক যোগাযোগ কৰিব
শ্ৰী মহেন্দ্ৰ বৰা
বজাৰ শাখাৰ অধিক্ষক, জি.এম.চি.
এচ.এচ. পথ, লাখটকীয়া
গুৱাহাটী- ৭৮১০০১
ফোন নং- +৯১ ৯৯৫৪৭৬৬১৬৬