পশুচিকিত্সালয়ৰ বাণিজ্য অনুজ্ঞাপত্ৰ
নিম্নোল্লেখিত পশুচিকিত্সা ব্যৱসায়ৰ বাবে এই অনুজ্ঞাপত্ৰ প্ৰয়োজনীয়
- মাংসৰ দোকান
ক. ছাগলী মাংস (চেভন)
খ. কুকুৰা
গ. গাহৰী
ঘ. গোমাংস - মাছৰ দোকান
- কণীৰ দোকান
- যোগান (পশুজাত সামগ্ৰী সম্বন্ধীয়)
- পশু পাম
- গাখীৰ আৰু দুগ্ধজাত খাদ্য সামগ্ৰী
- গোৱালৰ অনুজ্ঞাপত্ৰ
ক. চাইকেল
খ. অটো ভেন
গ. মিনি ট্ৰাক - মত্স গৃহ
- পশুচিকিতসা ক্লিনিকি
- পশু খাদ্য/হাহ-কুকুৰাৰ খাদ্য
কাক যোগাযোগ কৰিব
ড. প্ৰদীপ মেধি
পশুচিকিত্সা বিষয়া
পশুচিকিত্সা শাখা
ফাচী বজাৰ, গুৱাহাটী-৭৮১০০১
ফোন নং- ৭০৮৬০৫৩৯৪৩
ইমেইলঃ pradipcmedhi@gmail.com