যিহেতু মল ব্যৱস্থাপনা কাৰ্য্য এতিয়াও চলি আছে, জি.এম.চি.এ সমান্তৰাল ভাৱে মল চাফা কৰাৰো এক সেৱা চলাই আছে। এনে বাহন বুক কৰিবলৈ আপুনি বিনামূলীয়া ফোন নম্বৰত ফোন কৰিব পাৰে বা নহলে অনলাইন বুক কৰিবও পাৰে। ইয়াৰ তত্কাল সেৱাৰ জৰিয়তেও আপুনি বুক কৰিব পাৰে।
+৯১ ৮৮১১০০৭০০০
বিনামূলীয়া নম্বৰত যোগাযোগ কৰক নহলে অনলাইন বুক কৰক
ই এক অনলাইন সেৱা।, ক্লিক কৰক।.
শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যবাহী অভিযন্তা
ভাৰপ্ৰাপ্ত গেৰেজ শাখা, গুৱাহাটী পৌৰ নিগম
গুৱাহাটী-০৭
ফোন নং- +৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com