মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

মন্থৰ গতিত চলা বাহনৰ অনুজ্ঞাপত্ৰ

  • সকলো মন্থৰ গতিৰ বাহনৰ (এছ.এম.ভি.) মালিক আৰু চালকৰ বাবে অনুজ্ঞাপত্ৰ প্ৰয়োজনীয়। ই এক বাধ্যতামূলক নথি। ইয়াৰ ম্যাদ হৈছ এক বছৰ আৰু ম্যাদ উকলিলেই ইয়ক নবীকৰণ কৰাৰ প্ৰয়োজন আছে। এছ.এম.ভি.ৰ অনুজ্ঞাপত্ৰ নাথাকিলে ইয়াৰ গৰাকীৰ বিৰুদ্ধে জি.এম.চি.ৰ আয়ুক্তক অভিযোগ প্ৰদান কৰিব পাৰিব।

    ৰিক্সা, ঠেলা বা আইচ-ক্ৰীম আদি সকলোবোৰ এছ.এম.ভি.ৰ অধীনত গণ্য কৰা হয়।

    কি কি নথিৰ প্ৰয়োজন, আবেদন ধৰণ, আদিবোৰ জানিবলৈ ইয়াতে ক্লিক কৰকঃ How to Apply for SMV License

    আপুনি তলত আবেদন প্ৰ-পত্ৰ সমূহ ডাউনলোদ কৰিব পাৰিব।

    কাক যোগাযোগ কৰিব

    শ্ৰীযুতা লনি বৰপাত্ৰগোহাই, এ.চি.এছ.
    বিষয়াৰ পদবী
    এছ.এম.ভি. শাখা, জি.এম.চি.
    ফাচী বজাৰ, গুৱাহাটী- ৭৮১০০১
    ফোন নং- +৯১ ৭০৮৬০৫৩৯২৩
    ইমেইলঃ loninyangfa@gmail.com