মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

পশুচিকিৎসালয়ৰ বাণিজ্য অনুজ্ঞাপত্ৰ

  • পশুচিকিত্সালয়ৰ বাণিজ্য অনুজ্ঞাপত্ৰ

    নিম্নোল্লেখিত পশুচিকিত্সা ব্যৱসায়ৰ বাবে এই অনুজ্ঞাপত্ৰ প্ৰয়োজনীয়

    • মাংসৰ দোকান
      ক. ছাগলী মাংস (চেভন)
      খ. কুকুৰা
      গ. গাহৰী
      ঘ. গোমাংস
    • মাছৰ দোকান
    • কণীৰ দোকান
    • যোগান (পশুজাত সামগ্ৰী সম্বন্ধীয়)
    • পশু পাম
    • গাখীৰ আৰু দুগ্ধজাত খাদ্য সামগ্ৰী
    • গোৱালৰ অনুজ্ঞাপত্ৰ
      ক. চাইকেল
      খ. অটো ভেন
      গ. মিনি ট্ৰাক
    • মত্স গৃহ
    • পশুচিকিতসা ক্লিনিকি
    • পশু খাদ্য/হাহ-কুকুৰাৰ খাদ্য

    কাক যোগাযোগ কৰিব

    ড. প্ৰদীপ মেধি
    পশুচিকিত্সা বিষয়া
    পশুচিকিত্সা শাখা
    ফাচী বজাৰ, গুৱাহাটী-৭৮১০০১
    ফোন নং- ৭০৮৬০৫৩৯৪৩
    ইমেইলঃ pradipcmedhi@gmail.com