মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

আমাৰ বুৰঞ্জী

  • গুৱাহাটী পৌৰ নিগম হৈছে গুৱাহাটী পৌৰ নিগম আইন ১৯৭৪ৰ ফলত প্ৰতষ্ঠা লাভ কৰা এক অনুষ্ঠান। এই আইনৰ ৪৫নং ধাৰা অনুসৰি নিৰ্বাচিত পাৰিষদ সকলৰ প্ৰথমখন মেল অনুষ্ঠিত হোৱৰ পাছতেই এই নিগম বিধিগত ভাৱে গঠন কৰা হয়।

    Downloads
    আমাৰ বুৰঞ্জী
    TitleSizeDetail
    গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ তালিকা13.13 KBswf-image
    গুৱাহাটী পৌৰ নিগমৰ উপ মেয়ৰৰ তালিকা13.24 KBswf-image
    গুৱাহাটী পৌৰ নিগমৰ কমিছনাৰসকলৰ তালিকা14.14 KBswf-image