আপোনাৰ সহাৰিক আমি সলাগিম আৰু আপোনাৰ সমস্যা সমাধানৰ বাবে আমি যথোত্পৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছো। আমাক জনাবৰ ইয়াত বহুবোৰ উপায় আছে।
বৰ্জ্য সংগ্ৰহ সম্পৰ্কীয় সমস্যাৰ বাবেঃ
গৃহ/কাৰ্য্যালয়ৰ পৰা প্ৰাথমিক সংগ্ৰহঃ এন.জি.ও.ৰ যোগাযোগৰ তথ্য
জাৱৰৰ বিনৰ পৰা অনুসংগিক সংগ্ৰহঃ জে.টি.ও.ৰ যোগাযোগৰ তথ্য
পানী যোগান সমস্যাৰ বাবে
শ্ৰী মনোৰঞ্জন ভৰালী
অধিক্ষক অভিযন্তা,
গুৱাহাটী পৌৰ নিগম
পানবজাৰ, গুৱাহাটী-৭৮১০০১
ফোন নং-৭০৮৬০৫৩৯৭০
ইমেইলঃ manoranjanbharali123@gmail.com
পথ প্ৰৱন্ধন সম্পৰ্কীয় সমস্যাৰ বাবে:
জি.এম.চি.ৰ হেল্পলাইন নম্বৰঃ ০৮৮১১০০৭০০০ ত আপোনাৰ সমস্যাৰ কথা জনাওক। আপোনালোকে অটি সহজে আপোনালোকৰ সমস্যাৰ বিষয়ে হোৱাটচআপ বাৰ্তাৰ জৰিয়তে এই নম্বৰত জনাব পাৰে। আমি আপোনালোকক সহাৰী জনাম।
কঠিন বৰ্জ ব্যৱস্থাপনা আৰু সংৰক্ষণ সম্পৰ্কীয় অভিযোগ উত্থাপন আৰু ইয়াৰ সমাধানৰ উদ্দেশ্যৰে ২০১৬চনৰ নবেম্বৰ মাহত স্বচ্ছতা এপ ৰূপায়ন কৰা হৈছিল। আপোনালোকে গুগুল প্লেষ্টৰৰ পৰা এই এপ টো দাউনলোড কৰিব পাৰে। কেৱল এখন আলোকচিত্ৰ গ্ৰহন কৰক আৰু পঠিয়াই দিয়ক। আপোনাৰ অভিযোগক গুৰুত্ব দিয়া হব।
আপোনালোকে লিখিত অভিযোগো ইমেইল বা দাকঘৰৰ যোগেৰে পঠাব পাৰে। বিতং তথ্যৰ বাবে ইয়াতে ক্লিক কৰকঃ অভিযোগ নিষ্পত্তি
শ্ৰী পোথেম ৰাজেশ সিং
অভিযোগ নিষ্পত্তি বিষয়া
মূখ্য কাৰ্য্যালয়, গুৱাহাটী পৌৰ নিগম
পানবজাৰ, গুৱাহাটী-৭৮১০০১
ফোন নং- +৯১-৯০৮৫১৭৫১০৩
ইমেইলঃ puthem.razes@gmail.com