মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

অনলাইন সম্পত্তি কৰ প্ৰদান

স্বৰ্তাৱলী

  • বেংকৰ ক্ৰেডিত কাৰ্ড/দেবিত কাৰ্ডৰ জৰিয়তে অনলাইন সম্পত্তি কৰ প্ৰদান কৰিলে কোনো অতিৰিক্ত ধন প্ৰদান কৰিব নালাগে। বেংকৰ ক্ৰেডিত কাৰ্ড/দেবিট কাৰ্ডৰ জৰিয়তে অনলাইন কৰ প্ৰদান কৰাৰ বাবে প্ৰয়োজনীয় সেৱা কৰকে সামৰি সকলো কৰ গুৱাহাটী পৌৰ নিগমে ব্যয় কৰে।
  • লেন-দেনৰ বাবে এবাৰ চেষ্টা কৰা হৈছে যদি দ্বিতীয় বাৰ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। লেন-দেনৰ ধন আপোনাৰ একাউণ্টতৰ পৰা খৰচ কৰা হৈছে নে নাই এবাৰ বুজ লওক।
  • যদিহে আপোনাৰ একাউণ্টৰ ধন কাটি ৰখা হৈছে কিন্তু সম্পত্তি কৰ পৰ্টেলত আপোনাৰ সম্পত্তি কৰ জমা হোৱা দেখুৱা নাই তেনেহলে সকলো বিতং তথ্য সহকাৰে আমালৈ ইমেইল ঠিকনা: propertytaxgmc@gmcportal.inত যোগাযোগ কৰক।
  • অনলাইন কৰ জমাকৰণৰ নিয়মানুৱলী আৰু স্বৰ্তাৱলী সমূহ সাল-সলনি ঘটোৱাৰ অধিকাৰ বহন কৰে গুৱাহাটী পৌৰ নিগমে।
  • অনলাইন কৰ জমাকৰণৰ ক্ষেত্ৰত কোনো অসুবিধা হলে মেইল ঠিকনা- propertytaxgmc@gmcportal.inত যোগাযোগ কৰক।

সম্পত্তি কৰ গণনা কৰকঃ ইয়াত ক্লিক কৰক