মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

আমাৰ কাৰ্য্যালয়সমূহ

ক্ৰমাংকশাখাস্থান
১গণনা শাখা,
নগদ আৰু ভৱিষ্য নিধি,
নাজাৰাত,
ব্যৱসায় অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(কেন্দ্ৰীয় মণ্ডল),
কেন্দ্ৰীয় পঞ্জীয়ন
মুখ্য কাৰ্য্যালয়
পানবজাৰ, গুৱাহাটী- ১
২ভৱন অনজ্ঞা(এইচ.এছ.ইউ.আই. অন্তৰ্ভূক্ত),
বিপণন, নামজাৰি শাখা, পৰিষদ, এন.আৰ.ওৱাই.,
কম্পিউটাৰ শাখা, আইনী শাখা, সম্পত্তি/ভূ-খণ্ড শাখা,
কৰ্মচাৰী আৰু স্থাপন শাখা,
গড়কাপ্তানী(সংমণ্ডল-২)
উজানবজাৰ, গুৱাহাটী-১
৩হোৰ্ডিং আৰু বিজ্ঞাপন শাখাএছ.এছ. ৰোড, লাখটকীয়া,
পানবজাৰ ওভাৰ ব্ৰীজৰ ওচৰত,
গুৱাহাটী-৭৮১০০১
৪গড়কাপ্তানী(সংমণ্ডল-৪)মৰাশালী, উলুবাৰী উৰণীয়া সেতুৰ ওচৰত,
গুৱাহাটী- ৭
৫নিৰ্বহণউত্তৰ দীঘলীপুখুৰী,
জিলা আৰু ছেছন আদালত,
গুৱাহাটী-১
৬আৱৰ্জনা শাখা
(মৃতদেহ সহ ৰাতি মাটি অপসাৰণ শাখা),
বৈদ্যুতিক বিভাগ, সংমণ্ডল- ৪
মৰাশালী, উলুবাৰী উৰণীয়া সেতুৰ ওচৰত,
গুৱাহাটী- ৭
৭স্বাস্থ্য আৰু অনাময়,
পশু চিকিত্সা,
ধীৰ গতিৰ যানবাহন
ফেন্সীবজাৰ, গুৱাহাটী- ১
৮ব্যৱসায় অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(পশ্চিম সংমণ্ডল)ভূতনাথ, শান্তিপুৰ,
গুৱাহাটী-৭৮১০০৯
৯গড়কাপ্তানী(সংমণ্ডল-৫)উষা নগৰ মুখ্য পথ,
জি.এন.আৰ.চি. চিকিত্সালয়ৰ ওচৰত,
গুৱাহাটী- ৭৮১০০৬
১০গড়কাপ্তানী(সংমণ্ডল-৫),
ব্যৱসায় অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(দিছপুৰ সংমণ্ডল)
লাষ্ট গেট, দিছপুৰ, গুৱাহাটী- ৫
১১গড়কাপ্তানী(সংমণ্ডল-৩),
ব্যৱসায় অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(পূব মণ্ডল)
জু-তিনিআলি, ৰাধা গোবিন্দ বৰুৱা পথ,
গুৱাহাটী-২৪
১২ব্যৱসায় অনুজ্ঞাপত্ৰ আৰু সম্পত্তি কৰ(দক্ষিণ মণ্ডল)দক্ষিণ শৰণীয়া, গুৱাহাটী- ৭৮১০০৭
১৩জাবৰ পেলোৱা ঠাইপশ্চিম বৰাগাওঁ, গুৱাহাটী
১৪পানী কাৰ্য্যপানবজাৰ, গুৱাহাটী-১